|
|||||||
|
|
||||||
EVENTS
ৰসেশ্বৰ শইকীয়া বৰবায়নৰ সোঁৱৰণত সত্ৰীয়া সঙ্গীত দিৱস সঙ্গীত সত্ৰৰ জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ১৪ অক্টোবৰত আয়োজিত অনুষ্ঠানত গুৱাহাটীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সত্ৰীয়া সঙ্স্কৃতিৰ বিকাশত ৰসেশ্বৰ শইকীয়া বৰবায়নৰ অৱদানৰ বিষয়ে এটি বক্তৃতা দিও। অনুষ্ঠানত নৃত্যচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, গোবিন্দ বৰা, অতুল্যমাধব গোস্বামী, খগেন শৰ্মা, ৰঞ্জু শইকীয়া আদি বিশিষ্ট ব্যক্তি সকলেও বক্তৃতা দিয়ে।
|
|||||||
|
|||||||
|
|||||||
|
|||||||
Manavayatan is a Half Yearly billingual (English-Assamese) Multidisciplinary Research Jornal on Humanities published by Centre for studies in Humanities, Assam, India. It l publishes the original research papers on all aspects of Humanities. The Objective of the Journal is to create a new line of thinking and it looks forward to encourage such novel thinking among young scholars as well.
|
|||||||
© 2016Dr. Jagadish Patgiri. All Rights Reserved |